আমাৰ প্ৰসাৰ

আজি Akshaya Patraই ভাৰতবৰ্ষৰ 12 খন ৰাজ্যৰ 45 খন ঠাইৰ17,65,597 জন শিশুলৈ বিয়পি পৰিছে, যিসকলক এই সংস্থাই প্ৰতিটো বিদ্যালয় খোলা থকা দিনত সোৱাদযুক্ত, পুষ্টিকৰ, সতেজভাৱে তৈয়াৰী মধ্যাহ্ন ভোজন প্ৰদান কৰে। বৰ্তমানে, এইটো কাৰ্য্যক্ৰম দেশৰ 15,668 খন বিদ্যালয়ত প্ৰণয়ন কৰা হৈছে, আৰু 2020 চনলৈকে 5 মিলিয়নশিশুক আহাৰ প্ৰদান কৰাৰ আমাৰ মিছন পূৰণ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰতিখন ঠাইতে আমাৰ কাম-কাজ বিষয়ে বিশদভাৱে জানিবলৈ নিৰ্দিষ্ট ৰাজ্যখনত ক্লিক কৰক।

ৰাজ্য/অৱস্থান শিশুৰ সংখ্যা বিদ্যালয়ৰ সংখ্যা ৰান্ধনীঘৰৰ প্ৰকাৰ
অন্ধ্ৰ প্ৰদেশ 60,098 461  
বিশাখাপট্টনম 5,249 7 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
হাইদৰাবাদ 54,849 454 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
অসম 53,649 592  
গুৱাহাটী 53,649 592 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
ছত্তীশগঢ় 23,674 160  
ভিলাই 23,674 160 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
গুজৰাট 400,158 1,653  
গান্ধীনগৰ 121,508 666 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
বদোদৰা 113,593 616 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
চুৰাট 165,057 371 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
কৰ্ণাটক 460,046 2,627  
বাংগালোৰ 184,530 1,055 কেন্দ্ৰীভূত ৰান্ধনীঘ
বেলাৰী 115,945 575 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
হুবলী 126,693 789 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
মাংগালোৰ 19,043 145 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
মৈচুৰ 13,835 63 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
উৰিষ্যা 80,415 1,000  
পুৰী 55,835 648 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
Nayagarh 24,580 352 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
ৰাজস্থান 129,493 1,682  
জয়পুৰ 92,763 1,081 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
নাথদ্বাৰা 25,274 435 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
বাৰান 11,456 166 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
উত্তৰ প্ৰদেশ 139,262 1,874  
বৃন্দাবন 139,262 1,874 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
তামিল নাডু 718 1  
চেন্নাই 718 1 কেন্দ্ৰীভূত ৰান্ধনীঘৰ
সৰ্বমূঠ 1,347,513 10,050

 

The Best Way to Make a Difference in the Lives of Others