আমাৰ ৰান্ধনীঘৰসমূহ

Akshaya Patra-ৰ হৃদয় আৰু আত্মা আমাৰ ৰান্ধনীঘৰসমূহত থাকে। এদিনত 1.6 মিলিয়নতকৈ বেছি আহাৰ প্ৰস্তুত কৰিবৰ বাবে উচ্চভাৱে বিশেষজ্ঞ, যন্ত্ৰচালিত আৰু পৰিমাপ্য আন্তঃগাঁথনিৰ প্ৰয়োজন হয়।

ঠাইডোখৰৰপ্ৰয়োজন, ভৌগোলিক পৰিস্থিতি আৰু বাট-পথৰ সুগমতাৰ ওপৰত নিৰ্ভৰ কৰি, Akshaya Patra-ই ৰান্ধনীঘৰৰআৰ্হি নিৰ্ধাৰিত কৰে। ভাৰতবৰ্ষত থকা আমাৰ 20 টাৰান্ধনীঘৰৰ ভিতৰত, 18 টাৰান্ধনীঘৰে কেন্দ্ৰীভূত আৰ্হি অনুসৰণ কৰে, আনহাতে দুখন ঠায়ে অকেন্দ্ৰীভূত আৰ্হি অনুসাৰে কাম-কাজ চলায়।

 

কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহৰ তালিকা অ-কেন্দ্ৰীভূতৰান্ধনীঘৰসমূহৰ তালিকা
বিশাখাপট্টনম নয়াগড়
হাইদৰাবাদ বাৰান
গুৱাহাটী  
বৃন্দাবন
ভিলাই
গান্ধীনগৰ
বদোদৰা
বাংগালোৰ নৰ্থ - এইচকে হিল
বাংগালোৰ চাউথ –ৱ্সন্তপুৰ
বেলাৰী
হুবলী
মাংগালোৰ
মৈচুৰ
পুৰী
জয়পুৰ
নাথদ্বাৰা

চেন্নাই

 

The Best Way to Make a Difference in the Lives of Others