ন্যাসৰক্ষকসকলৰ বোৰ্ড

দ্য Akshaya Patraফাউণ্ডেচন(টিএপিএফ)হৈছে বাংগালোৰত পঞ্জীয়নভূক্ত এটি ৰাজহুৱা, দাতব্য, ধৰ্মনিৰপেক্ষ ন্যাস। ইয়াৰ ন্যাসৰক্ষকৰ বোৰ্ডত ISKCON বাংগালোৰৰ মিছনেৰী,  কৰ্পোৰেট পেছাদাৰী আৰু উদ্যমী ব্যক্তিসকল  সন্মিলিত হৈ আছে।

উত্তমভাৱে সংজ্ঞায়িত প্ৰক্ৰিয়াৰ দ্বাৰা সংস্থাটোক সুকলমে কাম-কাজ কৰাৰ বাবে সহায় কৰা সংস্থাটোৰ গাঁথনি তলত দিয়া হল।

Organisational Structure

বোৰ্ডৰ গঠন

Akshaya Patra-ত আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাল প্ৰশাসন আৰু নৈতিকতা হৈছে যিকোনো বে-চৰকাৰী সংস্থাৰ প্ৰয়োজনীয় ভেঁটি। এয়া অনুসৰণ কৰাৰ বাবে, ফাউণ্ডেচনৰ ন্যাসৰক্ষীসকলৰ বোৰ্ডে ভাল প্ৰশাসন নিশ্চিত কৰা আৰু ফাউণ্ডেচনৰ কাৰ্য্য সম্পাদনত প্ৰাথমিক ভূমিকা গ্ৰহণ কৰে।

ফাউণ্ডেচনৰ বোৰ্ড ন্যাসৰক্ষকসকলৰ বোৰ্ড আৰু পৰামৰ্শদাতাসকলৰ বোৰ্ডৰ দ্বাৰা গঠিত হয়। বৰ্তমানে, ফাউণ্ডেচনৰ বোৰ্ডত আঠজন ন্যাসৰক্ষক আৰু সাতজন পৰামৰ্শদাতা আছে।


Share this post

Note : "This site is best viewed in IE 9 and above, Firefox and Chrome"

`